ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

TODAY

ASSAM BJP: শুকুৰবাৰে সন্ধিয়া ঘোষণা হ’ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম

ADVERTISEMENT

হঠাৎ এই বিষয়টোৱে লৈছে নতুন মূৰ

মুখ্যমন্ত্ৰীৰ ঘোষণা নতুন সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ২০২৬ৰ বিধানসভা নিৰ্বাচন

  ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদ হেৰুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে…

তাৰ মাজতে বাজপেয়ী ভৱনত উপস্থিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

তেলীৰ  ঘোষণা ‘কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে ময়ে সভাপতি হ’ম ‘

সভাপতি পদত চৰ্চাত আছে প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ দিলীপ শইকীয়া,
প্ৰাক্তন সাংসদ পল্লৱলোচন দাস

Exit mobile version