Horoscope:আজি দিনটো কেনেদৰে পাৰ হ’ব

horoscope new

Horoscope:আজি দিনটো কেনেদৰে পাৰ হ’ব

মেষ: সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব। হনুমানক পূজা কৰক। পানী পৰা সাৱধান। ভ্রমণত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

বৃষ: আর্থিকত লাভ বৃদ্ধি; ধৈর্যা, সাহসী আৰু মেধাৱী দিশ প্ৰকাশ পাৰ। কর্মসংস্থাপনৰ বাট মুকলি হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

মিথুন: কর্মস্থাপনত শুভ। খৰচ বৃদ্ধি। প্ৰেমত শুভ। মনৰ অস্থিৰতা বৃদ্ধি, ঘৰুৱা চিন্তা বৃদ্ধি। শুভ ৰং মেরুণ। শুভ সংখ্যা ৬।

কর্কট: ধৈৰ্যাৰ সুফল পাব। কোনো আত্মীয়ৰ পৰা সু-সংবাদ পাব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

সিংহ: আর্থিকত নতুন সুযোগৰ আশা। শৰীৰৰ প্ৰতি যত্ন লওঁক। গণেশক মিঠাই দি পূজা কৰিব। বন্ধুৰ পৰা উপকৃত হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

কন্যা: দূৰ ভ্ৰমণৰ যোগ। সু-সংবাদ লাভ কৰিব, কর্মস্থান মাধ্যম, বঞ্চিত কামত অগ্রগতি বৃদ্ধি, সেউজীয়া শুভ ৰং। শুভ সংখ্যা ৮।

তুলা: শৰীৰিক উন্নতি, যোগ্য ব্যক্তিৰ মান সম্মান বৃদ্ধি, ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি। কর্মক্ষেত্রত মাধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক: কর্মস্থানত শুভ। পাৰিবাৰিক কিছু সমস্যা থাকিব। বিদ্যাত মাধ্যম ফল পাব, আর্থিকত ব্যয় বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভসংখ্যা ৩।

ধনু: ব্যৱসায়ী সকলৰ শুভ। পাৰিবাৰিক দুৰ্ভাৱনা থাকিব পাৰে। আজি নিৰামিষক আহাৰ গ্ৰহণ কৰিব। ভ্রমণত শুভ। শুভ ৰং নীলা। শুভসংখ্যা ২।

মকৰ: মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব, কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি, ব্যবসায়-বাণিজ্যত মাধ্যম। বেঙুনীয়া শুভ ৰং। শুভ সংখ্যা ৯।

কুম্ভ: হঠাৎ অর্থলাভ কৰিব পাৰে। বন্ধুৰ পৰা উৎসাহ পাব। দাম্পত্যত বুজা-বুজিৰ অভাৱ হ’ব। শুভ ৰ’ মাটিয়া। শুভ সংখ্যা ৪। বিদ্যাত শুভ।

মীন: ব্যৱসায়ত শুভ। ঘৰুৱা কাম-কাজৰ লগতে নতুন চিন্তাত সুফল পাব। প্ৰেমত শুভ। শৰীৰৰ প্ৰতি যত্ন লওঁক। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

Exit mobile version