Horoscope:আজি দিনটো কেনেদৰ পাৰ হ’ব

horoscope new 8

Horoscope:আজি দিনটো কেনেদৰ পাৰ হ’ব

মেষ: কর্মত উন্নতি। ব্যৱসায়ত মধ্যম। ব্যয় বৃদ্ধি। পূব দিশত ভ্রমণ নকৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।

বৃষ: কৰ্ম সংস্থাপনৰ যোগ, পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব শুভ হ’ব। আঁকোৰ-গোঁজ মনোভাবৰ পৰা ক্ষতি। বিদ্যাত উন্নতি। শুভ ৰং ৰঙা মেৰুণ। শুভ সংখ্যা ৫।

মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব। বিদ্যাত মধ্যম। ভ্রমণত সাৱধান। শুভ ৰং মুগা। শুভ সংখ্যা ২।

কর্কট: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব। মূল্যবান সম্পদ লাভ। ব্যয় বৃদ্ধি। পূব দিশ ভ্রমণ কৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

সিংহ: সম্মান বৃদ্ধি। বন্ধু বৰ্গৰ পৰা উৎসাহিত হ’ব। শুভ কাম সম্পন্ন কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কন্যা: ব্যৱসায়ত উন্নতি। জমা ধন খৰচ হ’ব পাৰে। ভ্রমণত শুভ, শৰীৰৰ যত্ন লওঁক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

তুলা: মূল্যবান সম্পদ লাভ। ব্যয় বৃদ্ধি। আনৰ প্ৰতি উদাৰতা নহ’ব। কার্যক্ষেত্রত মধ্যম, শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃশ্চিক: মানসিক শান্তি। সম্মান বৃদ্ধি, গোপন শত্রু বৃদ্ধি। কর্মক্ষেত্রত উন্নতি। খৰচ বৃদ্ধি। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

ধনু : ভ্রমণত কষ্ট, কর্মসংস্থাপনৰ যোগ। অর্থ নাশ। প্রেমত কষ্ট, শাৰীৰিক সংঘাতৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং চকলেট। শুভসংখ্যা ২।

মকৰ : সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি। ধৈৰ্যৰ প্ৰয়োজন, কর্মস্থানত উন্নতি। সন্তানক লৈ চিন্তা বৃদ্ধি। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

কুম্ভ: কর্মযোগ্যতা বৃদ্ধি। ভ্ৰমণৰ যোগ, আয়কৈ ব্যয় বৃদ্ধি। অর্থ নাশ। শুভ ৰং মাখন। শুভ সংখ্যা ৩।

মীন: পৰিশ্ৰমৰ মৰ্যাদা পাব, ভ্রমণত চিন্তা বৃদ্ধি। দুষ্ট লোকৰ পৰা সাৱধান হওক। শুভ ৰং মাখন। শুভ সংখ্যা ৬।

Exit mobile version