Saraswati Puja:বাকদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ

12

Saraswati Puja:বাকদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ

:সৰস্বতী দেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ৷ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত পূজা উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে৷

ৰাজ্যৰ লগতে মহানগৰীৰ শিক্ষানুষ্ঠানত সৰস্বতী দেৱীৰ বন্দনাৰে মুখৰিত হয় পুৱাৰে পৰা ৷ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়,কটন বিশ্ববিদ্যালয় সহ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত দেৱী বন্দনাৰে পৰিবেশ মুখৰিত হৈ পৰে ৷

আনহাতে নানা ৰঙীন সাজপাৰেৰে শিক্ষানুষ্ঠানত ভিৰ হয় শিক্ষাৰ্থীৰ । সাজি-কাচি শিক্ষানুষ্ঠানত উপস্থিত হৈ শিক্ষাৰ্থী সকলে বাকদেৱীৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰে ৷

Exit mobile version