E-Riksha Protest:মহানগৰীৰ আইএছবিটিত ই-ৰিক্সাচালকৰ উত্তাল প্ৰতিবাদ

মহানগৰীৰ ৫৬ টাকৈ পথত ই-ৰিক্সাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনে

Capture 10

E-Riksha Protest:মহানগৰীৰ আইএছবিটিত ই-ৰিক্সাচালকৰ উত্তাল প্ৰতিবাদ

আইএছবিটিৰ সমীপত শতাধিক ই- চালকে ৰাজপথত অৱস্থান কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

উল্লেখ্য যে মহানগৰীৰ ৫৬ টাকৈ পথত ই-ৰিক্সাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনে ৷

যাৰফলত সংশ্লিষ্ট পথত ই – ৰিক্সা চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে ৰিক্সাচালকসকলে এই সন্দৰ্ভত বিচাৰিছিল পৰামৰ্শ ৷

Exit mobile version