Leopard caged in Ghorajan tea estate:সোণাৰিৰ ঘোঁৰাজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

tiger

Leopard caged in Ghorajan tea estate:

কে’বাদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী অৱশেষত হ’ল পিঞ্জৰাবদ্ধ ৷ সাপেখাতী ঘোঁৰাজান চাহ বাগিচা অঞ্চলত বনৰজাই চলাই আহিছিল সন্ত্ৰাস৷ যাৰবাবে পৰিস্থিতি এনে পৰ্যায় পাইছিল যে বাগিচাৰ পাত চিঙিবলৈ যাব পৰা নাছিল শ্ৰমিক সকল ৷

বাগিচা কৰ্তৃপক্ষ আৰু শ্ৰমিক সংগঠনে ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক দাবী জনাই আহিছিল ৷ অৱশেষত বন বিভাগে ঘোঁৰাজান চাহ বাগিচাত পতা পিঞ্জৰাত আবদ্ধ হয় সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীটো ৷

Exit mobile version