Horoscope:আজি দিনটো কেনেদৰে পাৰ হ’ব

horoscope new

Horoscope:

মেষ: কর্মদিশত ভাল ফল দেখা যায়। ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। ব্যৱসায় ক্ষেত্ৰত ভাল ফল দেখা যায়। আর্থিক দিশত বহু বেছি ভাল দেখা নাযায়। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪।

বৃষ: নতুন গৃহ নিৰ্মাণৰ সম্ভাৱনা। যন্ত্ৰণাৰ পৰা উপশম হ’ব পাৰে। ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। সংগীতৰ লগত জড়িত লোকসকলৰ বাবে শুভ ফল। শুভ ৰং সোণালী, শুভ সংখ্যা ৯।

মিথুন: সন্তানৰ ভুলৰ কাৰণে সমাজত অসন্মানিত হ’ব পাৰে। ঘৰৰ পৰা কিছু মূল্যৱান সামগ্রী হেৰুৱাব পাৰে। ব্যৱসায় দিশত উন্নতি হ’ব পাৰে। শুভ ৰং মাখন। শুভ সংখ্যা ৩।

কর্কট: বন্ধুৰ কথা বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখা ১০।

সিংহ: ঘৰুৱা দিশত খৰচ বৃদ্ধি হ’ব। সন্তানৰ বাবে চিন্তা হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। শৰীৰৰ অশান্তিৰ বাবে ব্যৱসায়ত চাপ কৰিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ২।

কন্যা: ব্যৱসায় ক্ষেত্ৰত কাম বৃদ্ধি হোৱাৰ বাবে মানসিক দিশত কষ্ট হ’ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে বিদেশ যাত্ৰা হ’ব পাৰে। প্ৰেমত শুভফল। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৮।

তুলা: বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা। কর্মক্ষেত্ৰত মহিলাৰ বাবে উন্নতি হ’ব পাৰে। পথ দুর্ঘটনা হ’ব পাৰে। ৰাস্তাঘাটত সাৱধানে চলা-ফুৰা কৰক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।

বৃশ্চিক: আত্মীয়ৰ ফালৰ পৰা আপুনি বহুত ধৰণৰ ভাল সাহায্য পাব পাৰে। আর্থিক দিশত কষ্ট হোৱাৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব পাৰে। প্রেমত শুভ ফল। শুভ ৰং বগা, শুভ সংখ্যা ২।

ধনু: ঘৰুৱা দিশত ভাল খৱৰ আহিব পাৰে। অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

মকৰ: অতিৰিক্ত ক্রোধে বিপদ আনিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা। আহিব পাৰে। বিদ্যার্থীসকলৰ বাবে আজি দিনটো শুভ ফল। প্ৰেমৰ দিশত বাধা দেখা যায়। শুভ ৰং নীলা, শুভ সংখ্যা ৪।

কুম্ভ: সন্তানৰ ভৱিষ্যৎ লৈ চিন্তা থাকিব। কৰ্মচাৰীৰ বাবে ব্যৱসায় ‘আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত বহু বেছি ভাল নহয়। বিদ্যার্থীসকলৰ বাবে শুভ ফল। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

মীন: নতুন ব্যৱসায়ৰ যোগ দেখা যায়। ঘৰুৱা দিশত শক্তি বজাই থাকিব। আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। শত্ৰুৰ পৰা সাৱধান থাককা শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

Exit mobile version