Delhi Assembly Election Result:২৭ বছৰৰ পিছত দিল্লীত ফুলিল কমল !

কেজৰিয়াল আৰু মনিষ পৰিল ৰণত,মান ৰাখিলে মুখ্যমন্ত্ৰী আতিশীয়ে

delhi

Delhi Assembly Election Result:

▶️ দিল্লী বিধানসভাৰ ৭০ আসনৰ ভোট গণনা ৷

▶️ ২৭ বছৰৰ পিছত দিল্লীত ফুলিল কমল !

▶️ গেৰুৱাময় হ’ল ৰাজধানী দিল্লী ৷

▶️ শোচনীয় পৰাজয় আপৰ দুই মহাৰথীৰ ৷

▶️ কেজৰিয়াল আৰু মনিষ পৰিল ৰণত ৷

▶️ মান ৰাখিলে মুখ্যমন্ত্ৰী আতিশীয়ে ৷

▶️ কালকাজী সমষ্টিত বিজয়ী মুখ্যমন্ত্ৰী গৰাকী ৷

▶️ নতুন দিল্লী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল পৰাস্ত ৷

▶️বিজেপিৰ প্ৰৱেশ বাৰ্মাৰ হাতত ১২০০ভোটৰ ব্যৱধানত পৰাভূত কেজৰিয়াল ৷

▶️প্ৰৱেশ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিংহ বাৰ্মাৰ পুত্ৰ ৷

▶️ জংগপুৰ সমষ্টিত পৰাজয় প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী মনীষ ছি’ছডিয়া ৷

▶️ বিজেপিৰ প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত মাত্ৰ ৫৭২টা ভোটৰ ব্যৱধানৰ পৰাজয় চিছদিয়া ৷

▶️ বৰ্তমানলৈকে বিজেপিয়ে লাভ কৰিছে ৪৭ খন আসন ৷

▶️ আপে লাভ কৰিছে ২৩ খন ৷

Exit mobile version