Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

11 20

Iran Bus standদেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

অপেক্ষা কৰিও যেন ভাগৰ বা অশান্তি নালাগিব । ধুনীয়া এই ঠাইখিনি কোনো পাৰ্কৰ নহয়।

হয় ঠিকেই পঢ়িছে এইখন এখন বাছ আস্থান ।এইখন ইৰাণৰ ইছফাহানৰ কাভেহ এক্সটাৰ্নেল চিটি বাছ টাৰ্মিনেলৰ ছবি ।

এই চিটি বাছ আস্থানটো চহৰৰ মাজমজিয়াৰ ওচৰৰ এটা পুৰণি টাৰ্মিনেলৰ ঠাইত ডিজাইন কৰি উলিওৱা হৈছে ।

ইছফাহান পাৰ্চী-মুছলমান স্থাপত্য, গ্ৰেণ্ড বুলেভাৰ্ড, ঢাকি থোৱা দলং, ৰাজপ্ৰসাদ, টাইলছৰ মছজিদ, মিনাৰ আদিৰ বাবে পৰিচিত।

ঐতিহাসিক অট্টালিকা, কীৰ্তিচিহ্ন, চিত্ৰ আৰু শিল্পকৰ্মৰ বাবেও এই চহৰখন বিখ্যাত ।

Exit mobile version