Jihadi Arrested in Bilasipara:অসম আৰক্ষীৰ STF ৰ জালত পুনৰ দুর্ধষ জেহাদী

LOGO 1

Jihadi Arrested in Bilasipara:

➡️ অসম আৰক্ষীৰ STF ৰ জালত পুনৰ দুর্ধষ জেহাদী।

ADVERTISEMENT

➡️ চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰে জেহাদী আবু ছালাম আলীক ।

➡️ দীৰ্ঘদিন পৰা আত্মগোপন কৰি আছিল ছালামে।

➡️  পূৰ্বতে বিলাসীপাৰাৰ খুদিগাওৰ পৰা কেইবাজনকো জেহাদীৰ গ্ৰেপ্তাৰ কৰিছিল STFয়ে।

➡️ আনচুৰুল্লা বাংলা টীম আৰু JJM সক্রিয় সদস্য আৰু ছালাম

➡️ বৰ্তমানলৈকে STF য়ে ১৫ টাকৈ দুর্ধর্ষ জেহাদীক গ্ৰেপ্তাৰ কৰে।

Exit mobile version