Bilasipara:বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলি

bilasi 2

Bilasipara:

▶️ বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলি |

▶️ ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে দিয়ে শাস্তিমূলক বদলিৰ নিৰ্দেশ |

▶️ ডাম্পাৰ চালক এজনক আটক কৰি শাৰিৰীক নিৰ্যাতনৰ অভিযোগ |

▶️ আটকাধীন চালক জনক মুকলি কৰি দিয়াৰ নামত অ’চি টুগুল বড়োই দাবী কৰিছিল ১ লাখ টকা |

▶️ ৪০ হাজাৰ টকা চুক্তি কৰি ৩০ হাজাৰ টকা নগদ লৈ এৰি দিছিল চালক জনক |

▶️ ঘটনা সন্দৰ্ভত চালকজনে অভিযোগ দাখিল কৰিছিল ধুবুৰী জিলা আৰক্ষী অধীক্ষক ওচৰত |

▶️ সমগ্ৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত আৰক্ষী অধীক্ষকে তাৎক্ষনিকভাবে বদলিৰ নিৰ্দেশ দিয়ে অ’চি বড়োৰ বিৰুদ্ধে |

Exit mobile version