Guwahati High Court:গুৱাহাটী উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

ghy high court

Guwahati High Court:

গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ ন্যায়াধীশ  য়াৰেংজুংলা লংকুমেৰে আজি ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। অসমৰ  ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অনুমোদন পত্ৰ পাঠ কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে তেওঁক শপতবাক্য পাঠ কৰোৱায়। দুবছৰৰ বাবে নিযুক্ত য়াৰেংজুংলা লংকুমেৰক যোৱা ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে নিয়োগপত্ৰ প্ৰদান কৰিছিল।

ADVERTISEMENT
Exit mobile version