Doctor Arrested :বিতর্কিত চিকিৎসক মৃদুপৱন নাথক গ্ৰেপ্তাৰ

চিএম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে ডা:নাথক

arrested

Doctor Arrested :

বহু বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথক গ্ৰেপ্তাৰ ৷ মহানগৰীৰ ৰূপনগৰৰ পৰা মঙলবাৰে গ্ৰেপ্তাৰ কৰে চিএম ভিজিলেঞ্চে ৷উল্লেখ্য যে,বিৰ্তকিত চিকিৎসকজনে আয় বর্হিভূত সম্পত্তি গোচৰ,পত্নীক বিচ্ছেদ নিদিয়াকৈ দ্বিতীয় বিবাহ আৰু চৰকাৰী চিকিৎসক ৰূপে নিয়োজিত থাকিও ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা সেৱা কৰা আদি কেতবোৰ অভিযোগৰ সন্দৰ্ভত কে’বাটাও গোচৰ ৰজু কৰিছিল চিএম ভিজিলেঞ্চে

ADVERTISEMENT
Exit mobile version