Assam Assembly Budget Session: অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কাৰ্যকৰী নহ’ল এটা নিয়ম

assam assembly

Assam Assembly Budget Session:

➡️ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কাৰ্যকৰী নহ’ল এটা নিয়ম ৷

ADVERTISEMENT

➡️ বিৰতিবিহীনভাৱে হ’ল শুকুৰবাৰৰ অধিবেশন ৷

➡️ বিধানসভাত জুম্মা নামাজৰ বাবে নহ’ল বিৰতি ৷

➡️ আজি বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থদিন ৷

➡️ বিৰতি ন’হলেও ৩১ গৰাকী মুছলমান বিধায়ক সদনৰ পৰা ওলাই গৈ পঢ়ে জুম্মা নামাজ ৷

➡️ শুক্ৰবাৰৰ নামাজ বিৰতি নিদিয়াত অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ মুছলমান বিধায়কৰ ৷

➡️ একেদৰে ক্ষোভ প্ৰকাশ এআইইউডিএফ বিধায়কৰো ৷

➡️ পূৰ্বে শুক্ৰবাৰৰ দিনটোত দিয়া হৈছিল নামাজ বিৰতি ৷

Exit mobile version