Horoscope: আজি দিনটো কেনেদৰে পাৰ হ’ব

horoscope new 8

Horoscope:

মেষ: কর্মত শুভ। মাংগলিক কার্যত ব্রতী থাকিব। খং কমিব। শত্রু নাশ। ভ্রমণত মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

বৃষ: কর্মক্ষেত্রত উন্নতি। শুভ কাৰ্য সিদ্ধি কৰিব পাৰিব। শৰীৰ মধ্যম। পূব দিশত ভ্রমণ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মিথুন: প্রতিবেশীৰ পৰা কষ্ট পাব। খৰচ বৃদ্ধি। কাৰ্যকৰী চিন্তা। ৰাজনীতি আৰু সামাজিক ক্ষেত্রত ব্যস্ততা বৃদ্ধি। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

কর্কট: কর্মব্যস্ততা বৃদ্ধি, খৰচ বৃদ্ধি। মানসিক শান্তি। শিল্পী-সাহিত্যিকৰ সন্মান বৃদ্ধি। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

সিংহ: সৎ লোকৰ সান্নিধ্য লাভ। কর্মব্যস্ততা বৃদ্ধি। অর্থ লাভ। শিৱ মন্দিৰ দৰ্শন কৰক। ভ্ৰমণত মধ্যম। শুভ ৰং মেৰুণ। শুভ সংখ্যা ১।

কন্যা: মূল্যবান সম্পদ লাভ। নিষ্ঠাৰে কাম কৰিব। উদাৰতা ভাৱ প্রকাশ। বিদ্যা-বুদ্ধিত উন্নতি। শুভ ৰং মুগা। শুভ সংখ্যা ৬।

তুলা: তীর্থ ভ্ৰমণৰ যোগ, বন্য প্রাণীৰ পৰা সাৱধান। অধ্যৱসায়ৰ দ্বাৰা উন্নতি। বিদ্যাত শুভ। শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

বৃশ্চিক: কঠোৰ পৰিশ্ৰমৰ মৰ্যাদা পাব। ব্যৱসায়ত বৃদ্ধি। কর্মত উন্নতি। ভ্রমণ দক্ষিণ দিশত কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

ধনুঃ শ্ৰম আৰু কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। আনক অৱহেলা নকৰিব। সন্মান বৃদ্ধি। শৰীৰৰ মধ্যম। শুভ ৰং সোণালী। শুভ সংখ্যা ৪।

মকৰ : কৰ্মপ্ৰতিভা উন্নত। শত্ৰুৰ পৰা সাৱধান। জ্ঞানী, গুৰু, সৎ লোকৰ সান্নিধ্যই-উপকৃত কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কুম্ভ: কর্তব্যত ব্যস্ততা বৃদ্ধি পাব। ভ্রমণত মধ্যম, অর্থ নাশ হ’ব পাৰে। বজৰংবলীক পূজা কৰিব। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ২।

মীন: কর্মব্যস্ততা বৃদ্ধি। অন্ধবিশ্বাসে ক্ষতি কৰিব পাৰে। সূৰ্যক পূজা কৰিব। ব্যৱসায়ত মধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭।

Exit mobile version