Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক 

atul bora 1

 Minister Atul Bora:

অৰুণোদয়” অভিলাষী আঁচনিখনে মহিলা সবলীকৰণৰ লগতে অসমৰ আৰ্থ-সামাজিক দিশত নতুন দিগন্তৰ সূচনা কৰিছে। অৰুণোদয়-৩.০”ৰ সফল ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি আজি গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাৰ সৈতে আঁচনিখনৰ গোলাঘাট জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠকত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই

ADVERTISEMENT

 

Exit mobile version