Horoscope:
মেষ: পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাক স্মৰণ কৰক। কর্মস্থানত অলপ সাৱধান হওক। বিদ্যাত শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।
বৃষ: আর্থিক উন্নতি লাভ। পুৰণি বন্ধুৰ লগত কথা পাতি আনন্দিত হ’ব। পূব দিশৰ পৰা ভ্ৰমণ নকৰিব। প্ৰেমত শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭।
মিথুন: কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত স্থিতি লাভ কৰিব। আর্থিক ক্ষেত্রত লাভাম্বিত হ’ব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ সা-সন্মান বৃদ্ধি। শুভ ৰং বগা। শুভ সংখ্যা ৪।
কর্কট: কর্মস্থানত গোপন শত্রু বাঢ়িব। পাৰিবাৰিক অলপ খেলি-মেলি হ’ব পাৰে। শৰীৰৰ উন্নতি হ’ব। দক্ষিণ দিশত ভ্রমণ নকৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।
সিংহ: আয়তকৈ ব্যয় বৃদ্ধি। কর্মক্ষেত্রত থকা বন্ধুবৰ্গৰ পৰা অধিক লাভবান হ’ব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰে জড়িত ব্যক্তিৰ পদোন্নতি আৰু কর্ম ব্যস্ততা বাঢ়িব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
কন্যা: চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থাপনৰ যোগাযোগ আহিব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰিলে অধিক লাভৱান হ’ব। ব্যৱসায়ত মধ্যম। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৬।
তুলা: জুইৰ পৰা সাৱধান হওক। অবাবত ধন খৰচ নকৰিব। কৰ্মত বিচক্ষণতা দেখা পাব। বেলগছৰ তলত পূজা কৰক। শুভ ৰং ক্ৰীম। শুভ সংখ্যা ২।
বৃশ্চিক: নিচাযুক্ত খাদ্যৰ পৰা দূৰত থাকক। আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। বন্ধুৰ পৰা আঁতৰত থাকক। কর্মস্থানত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৫।
ধনুঃ ধন-সম্পত্তিক লৈ তৰ্কত লিপ্ত হ’ব পাৰে। কর্মস্থানত ব্যস্ততা বাঢ়িব। পুৰণি ৰোগৰ পৰা মুক্ত হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
মকৰ: মানসিক চিন্তা বৃদ্ধি পাব। নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। গোপন শত্রু বৃদ্ধি। শৰীৰৰ প্ৰতি যত্ন লওক। আর্থিক দিশত শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ১।
কুম্ভ: বুদ্ধিজীৱী তথা সংস্কৃতিপ্রেমীৰ বাবে অনুকূল। দাম্পত্যত বুজাবুজিৰ অভাৱ। ব্যৱসায়ত মধ্যম। প্রেমত শুভ। বিদ্যাত মধ্যম। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৭।
মীন: ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰিব। ভ্ৰমণত শুভ। যান-বাহন ক্ৰয় কৰিব পাৰিব। প্ৰেমত শুভ। আর্থিক উন্নতি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।