Horoscope: আজি দিনটো কেনেদৰে পাৰ হ’ব

horoscope new

Horoscope:

মেষ: যিকোনো শুভ কৰ্মৰ পৰা বিৰত থাকক। হাতলৈ ধন আগমনৰ সম্ভাৱনা আছে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

বৃষ: কৰ্মক্ষেত্ৰৰ সূত্রে বিদেশ যাত্ৰাৰ যোগ আছে। পুৱা-গধূলি শিৱৰ জপ কৰক। ৰঙা বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

মিথুন: দিনটো শুভ। নতুন সংবাদ পাব পাৰে। যাত্রা কৰিলে দুপৰীয়া ১২টাৰ পাছত কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

কৰ্কট : অৰ্থ প্ৰাপ্তিৰ ক্ষেত্ৰত সৰুসুৰা বাধাৰ সন্মুখীন হ’ব পাৰে। শিক্ষার্থীৰ ক্ষেত্ৰত অলপ সতর্ক থাকক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫।

সিংহ: কর্মস্থানত অত্যধিক কামৰ প্ৰভাৱ পৰিব পাৰে। আর্থিক উন্নতি নিশ্চিত। শুভ ৰং বগা, শুভ সংখ্যা ৭।

কন্যা: আর্থিক দিশত মধ্যমীয়া। দূৰ সংবাদে আনন্দিত কৰিব পাৰে। ভ্রমণত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩।

তুলা: দিনটো মধ্যমীয়া। প্রেমত শুভ। সন্ধিয়া তুলসীৰ তলত চাকি দিব। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ২।

বৃশ্চিক: অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে। আকস্মিক হোৱা ঘটনাই আনন্দিত কৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ৬।

ধনু: শৰীৰটোৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন। মানসিক অশান্তিত ভুগিব পাৰে। যাত্ৰা কৰিলে পূব দিশৰ পৰা কৰিব। কৰ্মত উন্নতিৰ যোগ। শুভৰং নীলা, শুভ সংখ্যা ৫।

মকৰ: আজি চলাফুৰা কৰোতে সাৱধান হ’ব। বিদ্যার্থীসকলে মনোযোগ দিব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগিব। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯।

কুম্ভ: কৰ্মত উন্নতিৰ যোগ আছে। শিক্ষাৰ্থীৰ বাবে সময়তো ভাল নহয়। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক। শুভ ৰং কমলা, শুভ সংখ্যা ৮।

মীন: কর্মত বাধা আছে। যিকোনো কাম কৰাৰ আগতে ভাবি-চিন্তি আগবাঢ়ক। পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰক। শুভ ৰং বগা,

Exit mobile version