Horoscope:
মেষ: প্রত্যক্ষভাবে কার্য সিদ্ধি হ’ব। ব্যৱসায়ত উন্নতি। ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা। ভ্রমণ কৰোতে গণেশৰ নাম স্মৰণ কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
বৃষ: পৰিশ্ৰম বৃদ্ধি হ’ব। অর্থ লাভ, ভ্রমণত শুভ। অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক। শুভ ৰং নীলা। শুভ সংখ্যা ২।
মিথুন: কর্মব্যস্ততা বৃদ্ধি, সম্মান লাভৰ যোগ। কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব। গোপন শত্রু বৃদ্ধি পাব পাৰে। ভ্ৰমণ পূব দিশৰ পৰা কৰিব। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৯।
কর্কট: মাংগলিক কামত তৎপৰতা বৃদ্ধি। কাৰ্যক্ষেত্রত মধ্যম ফল পাব। প্রেমত শুভ, দূৰ সংযোগৰ পৰা আনন্দিত হ’ব। শুভ ৰং মুগা, শুভ সংখ্যা ৫।
সিংহ: কর্মক্ষেত্রত উন্নতি। জেদভাৱ ত্যাগ কৰক, অন্যথা ক্ষতি হ’ব পাৰে। গোপন শত্রু বৃদ্ধি। অর্থ লাভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।
কন্যা: কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। ব্যৱসায়ত উন্নতি যোগ। খৰচ বৃদ্ধি। শুভৰং সোণালী, শুভ সংখ্যা ৪।
তুলা: সম্মান বৃদ্ধি, ভ্রমণ কৰোতে সাৱধান হওক। কর্মত উন্নতি, নিবনুৱাৰ কৰ্ম সংস্থাপন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।
বৃশ্চিক: বাজনীতিক, শিল্পী, সাংবাদিকৰ সুখ্যাতি। কর্মত কিছু জটিল সমস্যাৰ সম্মুখীন হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।
ধনু: কর্মব্যস্ততা বৃদ্ধি পাব। গণেশৰ নাম স্মৰণ কৰক। বিদ্যাত শুভ, দূৰ ভ্ৰমণৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৮।
মকৰ : বিবাহৰ যোগ আছে। আয়-ব্যয় সমান, ভ্রমণত মধ্যম, কর্মত উন্নতি। নতুন বাহন ক্ৰয় কৰিব পাৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা ২।
কুম্ভ: ফুৰা-চকাত সতর্ক হওক। কর্মস্থানত উন্নতি বৃদ্ধি। বন্ধুৰ পৰা উৎসাহ পাব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।
মীন: অর্থ লাভ, আশাবাদী চিন্তাত ব্রতী থাকিব। সম্মান বৃদ্ধি, নতুন যোগাযোগে অধিক আনন্দ দিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।