Passed away : 👉 অগ্ৰদূতৰ নিয়মীয়া লেখিকা তথা বিশিষ্ট লেখিকা, কবি, অভিনেত্ৰী গীতালী বৰুৱাৰ দেহাৱসান।
ADVERTISEMENT
👉 গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় গীতালী বৰুৱাৰ।
👉 ৬৪ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে গীতালী বৰুৱাই।
👉 গীতালী বৰুৱা অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, মাইকেল মধুসুদন বঁটা, অসম সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত হৈছিল।
👉 বিশিষ্ট লেখিকা, কবি, অভিনেত্ৰী গীতালী বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বিলাসীপাৰাত শোকাছন্ন পৰিৱেশ বিৰাজ কৰিছে।