দিল্লীত ভৰি দিলে ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণাই , গ্ৰেপ্তাৰ NIAৰ হাতত

NIA arrest cover

দিল্লীত আহি উপস্থিত হ’ল ২৬/১১ ৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণা । আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে ৰাণাক ।

ADVERTISEMENT

দিল্লীত অৱতৰণ কৰাৰ পাছতে ৰাণাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰে।

২৬/১১ ৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ডক ভাৰতত অৱতৰণ কৰাৰ পাছত পাটিয়ালা হাউচ আদালতলৈ লৈ যোৱা হ’ব।

আদালতৰ চৌহদক কঠোৰ নিৰাপত্তাৰ অধীনত ৰখা হৈছে।

Exit mobile version