HSLC Result:আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল।ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ অমিশী শইকীয়াই।
ইফালে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে সপ্তৰ্স্ব বৰদলৈয়ে।
তৃতীয় স্থান দখল কৰিছে অনিৰ্বান বৰগোহাঁয়ে।
উল্লেখ্য যে,এইবাৰ মেট্ৰিকত ছাত্ৰীৰ তুলনাত ছাত্ৰৰ উত্তীৰ্ণ হাৰ অধিক।
১৪ টা ৱেবছাইটযোগে ঘোষণা কৰা হয় আজিৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ।
