শুল্ক যুদ্ধৰ মাজতে আমেৰিকাক হেঁচা প্ৰয়োগ কৰিবলৈ বয়িং বিমান ক্ৰয় কৰা বন্ধ কৰিলে চীনে

images 1 3

China: ড’নাল্ড ট্ৰাম্পৰ শুল্কৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে বহুতো দেশ।

যদিও এই যুঁজখন আটাইতকৈ তীব্ৰ হৈ পৰিছে আমেৰিকা আৰু চীনৰ মাজত।

ইজনে সিজনৰ ওপৰত শুল্ক মিছাইল নিক্ষেপ কৰিলে এই দুখন শক্তিশালী ৰাজ্যই ।

এই পৰিস্থিতিত চীনে ইয়াৰ এয়াৰলাইনসমূহক নিৰ্দেশনা জাৰি কৰিছে বহুজাতিক সংস্থা বোয়িঙৰ কোম্পানীৰ পৰা যিকোনো বিমান অৰ্ডাৰ দিয়া বন্ধ কৰাৰ ।

Exit mobile version