দিনটোৰ ৰাশিফল

horoscope thumb11736836909

Horoscope: মেষ : সর্বদিশত কার্যসিদ্ধি। কোনো সুখবৰ পাব। আনৰ বাবে সময় নষ্ট হ’ব। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা । অশুভ ৰং কমলা। শুভ সংখ্যা ৩।

ADVERTISEMENT

বৃষ : প্ৰেমত প্ৰতাৰণা। প্রতিযোগিতাত জয় লাভ। পৰিশ্ৰমৰ মৰ্যাদা পাব । লেখকৰ সুনাম। শুভ ৰং মুগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৪।

মিথুন : আনৰ প্ৰতি দায়বদ্ধতা আৰু সৰলতা থাকিব। খং ৰাগেৰে কোনো সমস্যা সমাধান নহ’ব। পদপথত সাৱধান। শুভ ৰং বগা। অশুভ ৰং ৰঙা শুভ সংখ্যা ২।

কর্কট : গোপন কথা মনতে ৰাখিব। সৎপথেৰে ধন অৰ্জনৰ চিন্তা কৰক। আত্ম অহংকাৰ বৃদ্ধি পাব। শুভ ৰং হালধীয়া। অশুভ ৰং ক’লা। শুভ সংখ্যা ১।

সিংহ : পৰিশ্ৰমৰ মৰ্যাদা পাব। সুস্থিৰ চিন্তাৰে সমস্যা সমাধান হ’ব। ৰোগ কমিব। অর্থ লাভ। শুভ ৰং সেউজীয়া । অশুভ ৰং নীলা । শুভ সংখ্যা ৩।

কন্যা : মনোবল-সাহস বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি, কৰ্মত শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ক’লা। অশুভ ৰং কমলা। শুভ সংখ্যা ২।

তুলা : বহু গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আহিব। সততা ৰক্ষাত গুৰুত্ব দিয়ক। পদোন্নতিত বদলি যোগ। শিল্পীৰ সুনাম বৃদ্ধি। শুভ ৰং ক’লা। অশুভ ৰং নীলা। শুভ সংখ্যা ৩।

বৃশ্চিক : আনৰ পৰা প্ৰেৰণা পাব। প্রতিবেশীৰ পৰা কষ্ট পাব পাৰে । কৃতিত্ব লাভৰ যোগ। স্বভাৱ সলনি কৰক। শুভ ৰং হালধীয়া ৷ অশুভ ৰং কমলা। শুভ সংখ্যা ৪।

ধনু : যোগ্যতা প্ৰদৰ্শনৰ যোগ। আনৰ প্ৰতি কৃতজ্ঞ হওক। অন্ধ-বিশ্বাসৰ পৰা আঁতৰি থাকক। শুভ ৰং আকাশী। অশুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মকৰ : সমস্যা সমাধান। সৌভাগ্যৰ সংযোগ, ভ্ৰমণত লাভৱান হ’ব। ব্যৱসায়ত উন্নতি। শুভ ৰং মুগা। অশুভ ৰং সোণালী। শুভ সংখ্যা ৫।

কুম্ভ : যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব। সংযম ৰক্ষা পৰিব আনক হিংস নকৰিব। শুভ ৰং সেউজীয়া । অশুভ ৰং নীলা । শুভ সংখ্যা ৩।

মীন : শৰীৰ চৰ্চা কৰা সকলে সুফল পাব। দুঃসাহাস নকৰিব। প্ৰতিবেশীক লৈ চিন্তা। সততা ৰক্ষা পৰিব। শুভ ৰং ক’লা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

Exit mobile version