Horoscope:মেষ : ঘৰুৱা সমস্যা সমাধান হ’ব। মনৰ আশা পূৰণ হ’ব। আনৰ প্ৰতি দায়বদ্ধ হ’ব পাৰিব। তীর্থ ভ্ৰমণ কৰিব পাৰে। শুভ ৰং আকাশী, অশুভ ৰঙা, শুভ সংখ্যা ২।
বৃষ : আনৰ পৰা প্ৰশংসা পাব। ভবামতে কার্যসিদ্ধি হ’ব। আনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ নকৰিব। শুভ ৰং হালধীয়া, অশুভ কলা, শুভ সংখ্যা ১।
মিথুন : শত্ৰুৰ চৰ্চাই ক্ষতি কৰিব নোৱাৰিব। আনৰ পৰা প্ৰশংসা পাব । দায়বদ্ধতা বৃদ্ধি । বিদ্যাত সুনাম অৰ্জন কৰিব শুভ ৰং মুগা, অশুভ নীলা, শুভ সংখ্যা ৪।
কর্কট : ব্যৱসায়ত উন্নতি। আলহীৰ আগমন ঘটিব, স্বাৱলম্বী মনোভাৱ,দুঃসাহস নকৰিব। শুভ ৰং সেউজীয়া, অশুভ হালধীয়া, শুভ সংখ্যা ২।
সিংহ : হতাশা আঁতৰিব, পৰীক্ষাত সুনাম। বিবাহৰ সংযোগ, খৰচ বৃদ্ধি, প্ৰেমত শুভ। শুভ ৰং মুগা, অশুভ কলা, শুভ সংখ্যা ৩।
কন্যা : আনৰ সহযোগ পাব। ৰোগৰ পৰা সকাহ পাব। যান-বাহনত সাৱধান। খৰচ বৃদ্ধি। শুভ ৰং কলা, অশুভ কমলা, শুভ সংখ্যা ৪।
তুলা :পিতৃ-মাতৃক অৱহেলা নকৰিব, প্ৰচুৰ জ্ঞান লাভ কৰিব, ৰোগ কমিব,অপর্যাপ্ত খৰচ, শুভ ৰং মাটিয়া, অশুভ নীলা, শুভ সংখ্যা ২।
বৃশ্চিক :বিদ্যাত আনন্দ, বিবাহৰ সংযোগ, মনৰ ভাৰসাম্য ৰক্ষা কৰিব । ধন নাশ, শুভ ৰং হালধীয়া, অশুভ কলা, শুভ সংখ্যা ৭।
ধনু : আনৰ অন্যায় নকৰিব। অতি মনোৰঞ্জনত ব্যৱস্তা নকৰাই ভাল । গায়কৰ সুনাম, ব্যয় বৃদ্ধি। শুভ ৰং মাটিয়া, অশুভ কমলা, শুভ সংখ্যা ৪।
মকৰ : হঠাৎ জটিল চিন্তা মনলৈ আহিবা, দুৰ্ঘটনাৰ শংকা, খং কমাওক । শক্তি বৃদ্ধি পাব। শুভ ৰং কমলা, অশুভ সেউজীয়া, শুভ সংখ্যা ২।
কুম্ভ : যিকোনো লোকক বিশ্বাসত নল’ব। ৰাগিয়াল দ্ৰব্যৰ পৰা ক্ষতি উদাৰতা প্ৰদৰ্শন, শুভ ৰং আকাশী, অশুভ কলা, শুভ সংখ্যা ১।
মীন : আনক প্রতিশ্রুতি নিদিব। যান-বাহনত কষ্ট। নীতি-নিয়ম মানি চলক। আৱেগ পৰিহাৰ কৰক। শুভ কং কলা, অশুভ ৰঙা, শুভ সংখ্যা ৮।