মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

IMG 20250419 121810

 

Guwahati: মহানগৰীত বশিষ্ঠ আৰক্ষীৰ অভিযান ।

মহানগৰীৰ সাউকুছিত জব্দ দুই কোটি টকাৰ মূল্যৰ ড্ৰাগছ।

গ্ৰেপ্তাৰ কৰা হৈছে চাজিদা বেগম নামৰ মহিলা সৰবৰাহকাৰীগৰাকী ।

সাউকুছিত চলোৱা আৰক্ষীৰ অভিযানত সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে নগদ এক লাখ ৫০হেজাৰ টকাৰ লগতে মোবাইল ফোন।

তথ্য অনুসৰি ,ধৃত মহিলাগৰাকীৰ ঘৰ হাইলাকান্দি আলগাপুৰত।

মহানগৰীত ভাড়াঘৰত থাকি দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীয়ে চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।

Exit mobile version