দিনটোৰ ৰাশিফল

horoscope thumb11736836909

Horoscope: মেষ : সঞ্চয়ী মনোভাৱ বৃদ্ধি। কৰ্মত সফল হ’ব। আনৰ কথাত বেছি মনযোগ নিদিব। হাতলৈ ধন আহিব। শুভ ৰং মুগাা। অশুভ ৰং ক’লা ৷ শুভ সংখ্যা ৫৷

ADVERTISEMENT

বৃষ : নতুন পদপ্রাপ্তি। সেৱাৰ মনোভাৱ বৃদ্ধি। মনৰ আশা পূৰণ হোৱাৰ যোগ। গৃহত মাংগলিক কৰ্ম হ’ব। শুভ ৰং নীলা। অশুভ ৰঙা। শুভ সংখ্যা ২।

মিথুন : চাকৰিৰ উন্নতিৰ যোগ। মনত অস্থিৰতা বৃদ্ধি। আনৰ পৰা সু-পৰামৰ্শ লাভ। স্বাস্থ্যৰ প্ৰতি সতর্ক হওক। শুভ ৰং আকাশী। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

কর্কট : সামাজিক মান-সন্মান লাভ, দাম্পত্যত সুখ-সমৃদ্ধি বৃদ্ধি পাব । আর্থিক উন্নতিত বাধা আহিব পাৰে। শুভ ৰং হালধীয়া। অশুভ ৰং ক’লা। শুভ সংখ্যা ২।

সিংহ : পুৰণি স্মৃতিয়ে আমনি কৰিব। বিদ্যা শিক্ষাত যত্ন লোৱাৰ প্রয়োজন। মনৰ আশা পূৰণ হ’ব। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া। অশুভ ৰং মুগা। শুভ সংখ্যা ৩।

কন্যা : শিল্পী সাহিত্যিক কলাপ্ৰেমীৰ সু-নাম বৃদ্ধি। দাম্পত্যত সমস্যা আহিব পাৰে। ভ্ৰমণত আনন্দ লাভ। শুভ ৰং বগা । অশুভ ৰং সোণালী । শুভ সংখ্যা ৪।

তুলা : বিদ্যাৰ্থীৰ আনন্দ লাভ। স্বাস্থ্যই মাজে সময়ে আমনি কৰিব পাৰে। আত্মীয়ৰ পৰা সাৱধান। শুভ ৰং সেউজীয়া। অশুভ ৰং ক’লা। শুভ সংখ্যা ২।

বৃশ্চিক : নৃত্য-গীতত ব্যস্ততা বৃদ্ধি। প্ৰেমত সঁহাৰি লাভ। শত্ৰুৰ পৰা সাৱধান। প্ৰেমত অশুভ। শুভ ৰং মটীয়া। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

ধনু : সর্বকার্য সিদ্ধিৰ যোগ। মনত সৎসাহ বৃদ্ধি পাব। আর্থিক উন্নতিৰ যোগ। প্ৰেমত প্ৰতাৰণা হ’ব পাৰে। শুভ ৰং ক’লা। অশুভ ৰং কমলা। শুভ সংখ্যা ৩।

মকৰ : বিভিন্ন ক্ষেত্ৰত সাহসৰ পৰিচয় দিব। জ্ঞান-বুদ্ধিৰ বিকাশ হ’ব। মনত অস্থিৰতা বৃদ্ধি ৷ আত্মীয়ৰ পৰা সাৱধান । শুভ ৰং সোণালী। অশুভ ৰং ৰঙা। শুভ সংখ্যা ২।

কুম্ভ : সন্তানৰ সফলতাই আনন্দ দিব। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা বৃদ্ধি পাব। দাম্পত্যত সুখ-সমৃদ্ধি বৃদ্ধি। শুভ ৰং মেৰুণ। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

মীন: সৎ ব্যক্তিৰ সান্নিধ্য লাভ, ভ্ৰমণ হ’ব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যৰ যত্ন লওক। শুভ ৰং আকাশী, অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

Exit mobile version