Passed away: বেহাৰবাৰী আউট পোষ্টৰ অন্যতম জনপ্ৰিয় অভিনেতা ‘বসু দা’ৰ দেহাৱসান।
ADVERTISEMENT
বিগত কেবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী।
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীয়ে।
গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ফাইলাও বসুমতাৰীয়ে।
‘বসু দা’ৰ মৃত্যুত শোক ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত।