দিনটোৰ ৰাশিফল

images 13

Horoscope: মেষ : অযথা ধন খৰচ নকৰিব। কর্মস্থানত পৰিদৰ্শিতাৰ বাবে উন্নতি হ’ব । আজি নতুন কর্ম শুভাৰম্ভ কৰিব পাৰিব। মানসিক চিন্তা দূৰ হ’ব। শুভ ৰং আকাশী। অশুভ ৰং সোণালী। শুভ সংখ্যা ৫।

ADVERTISEMENT

বৃষ :বিবাহৰ নতুন প্রস্তাব পোৱাৰ সম্ভাৱনা । শাৰীৰিক কিছু সমস্যাৰ বাবে অসুস্থ থাকিব। প্রেমত বিবাহ হ’ব পাৰে। আজি শুভ কৰ্ম নকৰাটো ভাল হ’ব। শুভ ৰং মুগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৮।

মিথুন : শত্ৰুৱে হানি কৰিবলৈ চেষ্টা কৰিব পাৰে। কৰ্মস্থানত মান-সন্মান বৃদ্ধি। সাংসাৰিক জীৱনত খেলি-মেলি সৃষ্টি হ’ব পাৰে। বাদ-বিবাদৰ পৰা দূৰত্ব বজাই ৰাখিব। শুভ ৰং নীলা। অশুভ ৰং কমলা। শুভ সংখ্যা ৩।

কর্কট : পৰিয়ালত কোনো আত্মীয়ৰ সু-খবৰে আনন্দিত কৰিব। প্ৰেমৰ ক্ষেত্ৰত আনে বাধা দিবলৈ চেষ্টা কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বিদ্যাত শুভ ফল পাব। শুভ ৰং ৰূপালী। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

সিংহ : আনৰ কথাত প্রলোভিত নহ’ব। নিজ কৰ্মত দক্ষতাৰে সুখ্যাতি লাভ। ভ্রাতৃৰ লগত বিবাদ হ’ব পাৰে। শৰীৰত কিছু সমস্যা থাকিব। শুভ ৰং নীলা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

কন্যা : স্বামী-স্ত্ৰীৰ মাজত আনৰ হস্তক্ষেপৰ বাবে বিবাদ সৃষ্টি হ’ব পাৰে । মাতৃৰ শৰীৰ কিছু অসুস্থ হ’ব পাৰে। অকস্মাৎ ধন লাভ হ’ব পাৰে। শুভ ৰং সেউজীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

তুলা : খৰচৰ মাত্ৰা বৃদ্ধি। ভাবি-চিন্তি সিদ্ধান্ত ল’ব। আর্থিকত ব্যয়, প্রেমত খেলি-মেলি। বিদ্যাত শুভ। শুভ ৰং বগা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৪ ।

বৃশ্চিক : বিদ্যার্থীসকলে শুভ ফল পাব। কর্ম স্থান পৰিৱৰ্তন হ’ব পাৰে । ব্যৱসায়-বাণিজ্যত উন্নতি লাভ। সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত সুনাম বৃদ্ধি পাব। শুভ ৰং মুগা। অশুভ ৰং নীলা। শুভ সংখ্যা ৬।

ধনু : কৰ্মত উন্নতিৰ যোগ। জ্ঞান-বুদ্ধি প্ৰতিভাৰ বিকাশ হ’ব। মূল্যবান সম্পত্তি ক্ৰয় কৰাৰ যোগ। প্ৰেমত শুভ। শুভ ৰং ক’লা। অশুভ ৰং ৰঙা । শুভ সংখ্যা ৫ ৷

মকৰ : বিবাহৰ যোগাযোগ হ’ব পাৰে। সন্তানৰ পৰা অশান্তি পাব পাৰে । গৃহত আলহীৰ আগমনে আনন্দিত কৰিব। শুভ ৰং বগা। অশুভ ৰং নীলা। শুভ সংখ্যা ৩।

কুম্ভ : প্ৰেমত সঁহাৰি লাভ। বিবাহৰ সংযোগ। খৰচৰ মাত্ৰা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ’ব। শুভ ৰং ৰূপালী। অশুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।

মীন : বিদ্যা-শিক্ষাত শুভ ফল-প্রাপ্তি। শত্রু নাশৰ যোগ। আত্মীয়ৰ পৰা বদনাম পাব পাৰে। শুভ ৰং নীলা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৪।

Exit mobile version