ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট

images 7 3

Pakistan:পাকিস্তানৰ বায়ু সেনাৰ এজন পাইলটক আটক কৰা হৈছে । সূত্ৰ অনুসৰি, পাইলটজনে যুদ্ধবিমান লৈ জয়সলমেৰত প্ৰৱেশ কৰিছিল।

ADVERTISEMENT

তাৰ পাছত তেওঁ ফাইটাৰ জেটৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল।

তেতিয়াই তেওঁক আটক কৰা হয়। অৱশ্যে পাইলটজনৰ পৰিচয়ৰ বিৱৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

Exit mobile version