Jorhat braking:
▶️ যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷
ADVERTISEMENT
▶️ এই পৰ্যন্ত চিনাক্ত হোৱা মহিলা গৰাকীৰ মৃতদেহ ৷
▶️ ইতিমধ্যে যোৰহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷