Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

defence

Indo-pak War:

যুদ্ধকালীন পৰিস্থিতিৰ বাতৰি পৰিবেশন কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সংবেদনশীল হ’বলৈ আহ্বান জনাই সংবাদ প্ৰতিষ্ঠান সমূহলৈ ৷ সংবাদগোষ্ঠী সহ বিভিন্ন প্লেটফৰ্মৰ লগতে নাগৰিকক সামৰিক অভিযানৰ সময়ত লাইভ ক’ভাৰেজৰ পৰা বিৰত থকাৰ আহ্বান কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ৷

ADVERTISEMENT
Exit mobile version