আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

ৰাষ্ট্ৰসংঘত জেহাদৰ প্ৰমাণ দিব ভাৰতে

IMG 20250511 191254

UNSC: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক সন্ত্ৰাসবাদী দেশ হিচাপে উদঙাই দিবলৈ ওলাইছে ভাৰতে।

ADVERTISEMENT

ভাৰতে পহলগামকে ধৰি ভাৰতৰ মাটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান পোনপটীয়াকৈ জড়িত হোৱাৰ সকলো প্ৰমাণ ৰাষ্ট্ৰসংঘত দাখিল কৰিব।

সূত্ৰ অনুসৰি অহা সপ্তাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

এই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত থকাৰ সকলো প্ৰমাণ দাখিল কৰিবলৈ তালৈ এটা দল প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে ।

Exit mobile version