মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

IMG 20250512 223643

Operation Sindoor: মোডীৰ সতৰ্কবাণীৰ পাছতে পুনৰ জম্মুৰ চাম্বা ছেক্টৰ আৰু পঞ্জাৱৰ জলন্ধৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

লগে লগে উপযুক্ত সঁহাৰি দিলে ভাৰতীয় সেনাই। সামৰিক সূত্ৰৰ তথ্য অনুসৰি, সমগ্ৰ অঞ্চলটোত ব্লেক আউট কৰা হৈছে।

আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও উল্লেখ কৰা হৈছে।

Exit mobile version