Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ

rohit sarma

Cricketar Rohit Sarma meets Maharashtra CM :

দেশৰ জনপ্ৰিয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰে টেষ্ট ক্ৰিকেটৰ পৰা ৷ মুম্বাইৰ ক্ৰিকেটাৰজনে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ফাড়নাবিছক চৰকাৰী বাসগৃহত সৌজন্যতামূলক সাক্ষাৎ কৰে ৷
ৰোহিন শৰ্মাক মুখ্যমন্ত্ৰী ফাড়নাবিছে পৰম্পৰাগত শ্ব’ল আৰু ফুলৰ থোপাৰে উস্ম আদৰণি জনায় ৷ ইয়াৰ পিছত দুয়োজনৰ মাজত হয় মতবিনিময় ৷

ADVERTISEMENT
Exit mobile version