Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

atul 1 scaled

Minister Atul Bora:

সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিৰ বিজয়ী অগপ- বিজেপি প্ৰাৰ্থী সকলক বুধবাৰে সম্বৰ্ধনা জনাই বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা সহ দলীয় নেতাসকল ৷

ADVERTISEMENT

উল্লেখ্য যে,সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত এডিএ প্ৰক্ষেপিত প্ৰাৰ্থী সকলে  জিলা পৰিষদ,আঞ্চলিক পঞ্চায়ত,পঞ্চায়ত সদস্য পদত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল ৷

Exit mobile version