Orang National Park:
আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হ’ব ৰাষ্ট্ৰীয় উদ্যান ৷ অৱশ্যে পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ খুলিব অক্টোবৰ মাহত ৷
ADVERTISEMENT
উল্লেখ্য যে,বাৰিষাৰ সময়ত উদ্যান খনৰ অন্তভাগত সৃষ্টি হোৱা বানৰ ফলত বিধ্বস্ত হৈ পৰে পথ ৷ যাৰবাবে পৰ্যটকে পৰিভ্ৰমণ কৰিব নোৱাৰে উদ্যান চৌহদ ৷