Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

সন্ধানহীন ট্ৰাকখনৰ চালক-হেণ্ডিমেন

accident

Kaliabhumura Accident:

তেজপুৰ- নগাঁও সংযোগী কলিয়াভোমোৰা দলঙত বৃহস্পতিবাৰে আবেলি সংঘটিত হয় এক ভয়ংকৰ অঘটন ৷ দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল এখন ট্ৰেইলৰ ৷ ভোমোৰাগুৰিৰ প্ৰথমখন দলঙৰ ওপৰত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটি ৷ এই পৰ্যন্ত সন্ধানহীন ট্ৰাকখনৰ চালক-হেণ্ডিমেন ৷ ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷ আনহাতে উপস্থিত হয় তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভা আৰু আৰক্ষী বাহিনী ৷

ADVERTISEMENT
Exit mobile version