Nalbari:নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি

bjp

Nalbari:

নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি। মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি। নতুন সভানেত্ৰী হিচাপে চপলা মেধি ৰাজবংশীক নিযুক্তি। তৎকালে কাৰ্যকৰী হোৱাকৈ চপলা মেধি ৰাজবংশীক নিযুক্তি। পত্ৰযোগে নতুন মণ্ডল সভাপতি নিযুক্তি সভাপতি দিলীপ শইকীয়াৰ।

Exit mobile version