Illegal Arunachal liquor seized in Hojai:হোজাই আৰক্ষীৰ বৃহৎ সফল অভিযান

জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা

solt

Illegal Arunachal liquor seized in Hojai:

নিমখৰ চালানেৰে সৰৱৰাহৰ চেষ্টা চলোৱা অৱস্থাত শংকৰদেৱ নগৰ আৰক্ষীয়ে হোজাই আবকাৰী বিভাগৰ সহযোগত জোৰা পুখুৰীত জব্দ কৰে ২ হাজাৰ কাৰ্টুনৰ অধিক অৰুণাচলী বিলাতী সুৰা আৰু বিয়েৰ। এখন ১৬ চকীয়া ট্ৰাকত নিমখৰ বেগৰ তলত অতি কৌশলৰে সোমোৱাই আনিছিল সুৰাখিনি ৷ বান্দৰদেৱাৰ পৰা শিলচৰলৈ কৰিছিল সৰৱৰাহ ৷ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰাখিনি।

ADVERTISEMENT

ইতিমধ্যে,আৰক্ষীয়ে NL 01 AG 1261 নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক শুকুৰ আলী আৰু হেণ্ডিমেন চাইক’ চাংমাক আটক কৰিছে ।

Exit mobile version