Sankarjyoti Baruah Baill granted:
শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত জামিন লাভ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে ৷অচিৰেই কাৰাগাৰৰ বাহিৰলৈ আহিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷
ADVERTISEMENT