Tezpur rape case:
তেজপুৰ মিলনপুৰ শইকীয়া চুবুৰীত বৃদ্ধাক যৌন নিৰ্যাতনৰ জঘন্য ঘটনা ৷ ৯০ বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ নিজৰ ভতিজাকৰ বিৰুদ্ধে ৷ ভূপেন শইকীয়া ওৰফে বাবলুৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷