Lurinjyoti Gogoi:অসম জাতীয় পৰিষদৰ সভাপতি  লুৰিণজ্যোতি গগৈক লৈ এগৰাকী অনুৰাগীৰ এটি বাংলা কবিতা

lurin

Lurinjyoti Gogoi:

অসম জাতীয় পৰিষদৰ সভাপতি তথা যুৱ নেতা লুৰিণজ্যোতি গগৈক লৈ তেওঁৰ এগৰাকী অনুৰাগীয়ে ৰচনা কৰিলে এটি বাংলা কবিতা ৷

অজাপৰ তিনিচুকীয়া জিলা সমিতি আৰু শদিয়া সমষ্টি সমিতিৰ সহযোগত কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহ আয়োজিত সম্বৰ্ধনা আৰু যোগদান কাৰ্যসূচীত বাংলা কবিতাটি পাঠ কৰে মহিলা গৰাকীয়ে ৷ সভাখনত উপস্থিত আছিল লুৰিণজ্যোতি গগৈ সহ কে’বাগৰাকী জ্যেষ্ঠ নেতা ৷ এই সভাতে আইমাতৃ গৰাকীক সম্বৰ্ধনা জনায় গগৈয়ে ৷

 

 

Exit mobile version