হৃদয়বিদাৰক! RCB’ৰ বিজয় উৎসৱত ১১ জনৰ মৃত্যুত শোকপ্রকাশ প্রধানমন্ত্রীৰ 

IMG 20250604 200712

RCB celebration:আৰচিবিৰ আই পি এল ট্ৰফী জয়ৰ বিজয়উল্লাহত মৃত্যু হৈছে কমেও ১১জন লোক। বুধবাৰে বিয়লি বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়াম চৌহদত সংঘটিত হোৱা এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।

তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “বেংগালুৰুৰ দুৰ্ঘটনাটো বৰ হৃদয়বিদাৰক।”

Exit mobile version