Assam Legislative Assembly:কাইলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন

সুধাকণ্ঠক স্মৰণ কৰিব সদনে

bhupen da

Assam Legislative Assembly:

সোমবাৰে এদিনীয়াকৈ অনুস্থিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগতে সংগতি ৰাখিঅনুস্থিত কৰা হৈছে এই অধিৱেশন ৷

ADVERTISEMENT

অধিৱেশনত সুধাকণ্ঠক স্মৰণ কৰিব সদনে। ডিব্ৰুগড় বিমান বন্দৰটি ড:ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ সন্দৰ্ভত সদনে ল’ব পাৰে প্ৰস্তাৱ। অৱশ্যে অন্য কোনো আলোচনা নহয় এই অধিৱেশনত

Exit mobile version