Student missing In Morigaon:মৰিগাঁৱত সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ

missing

Student missing In Morigaon:

মৰিগাঁৱত নিৰুদ্দেশ দশম শ্ৰেণীৰ ছাত্ৰ ৷ বিগত দুদিন ধৰি নিৰুদ্দেশ হৈ আছে মৰিগাঁৱৰ ঔজাৰৰ অনুৰাগ বৰদলৈ নামৰ ছাত্ৰজন ৷ ছাত্ৰজনৰ পৰিয়ালৰ লোকে বহু বিচাৰখোচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ

ADVERTISEMENT

কোনো লোকে খবৰ পালে নিম্নোক্ত ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালে ৷ ম’বাইল নম্বৰ দুটা হ’ল ৭০০২১-৪০২৩৭,৭০৮৬৬-৩১৪৬১

Exit mobile version