আহমেদাবাদৰ বিমান দুর্ঘটনাত প্ৰাণ হেৰুৱালে গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানি

Vijay Rupani 12

Vijay Rupani: * গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ দেহাৱসান।

* আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় বিজয় ৰূপানীৰ।

* দুৰ্ঘটনা গ্ৰস্ত বিমানখনত যাত্ৰী তালিকাত তেওঁৰ নাম আছিল ১২ নম্বৰ।

* প্ৰসংগক্ৰমে ২০১৬ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰূপানীয়ে ২০২২ চনৰ নিৰ্বাচনৰ পূৰ্বে পদত্যাগ কৰিছিল।

Exit mobile version