Drugs Seized With Paddlar Arrested In Bihpuria:বিহপুৰীয়াত আৰক্ষীৰ জালত ড্ৰাগছসহ এটা সৰবৰাহকাৰী

bihpuria

Drugs Seized With Paddlar Arrested In Bihpuria:

বিহপুৰীয়াত মাজনিশা আৰক্ষীৰ অভিযানত আটক বুজন পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰী ৷

ADVERTISEMENT

গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে আহি থকা অৱস্থাত এএছ০১-জেচি ৩১৯৪ নম্বৰৰ চাৰিচকীয়া বাহন খনত সন্দেহবশত বিহপুৰীয়া তালাচী চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ৷ ড্ৰাগছ সহ আটক কৰে ইছলাম আলী নামৰ সৰবৰাহকাৰীটোক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বিহপুৰীয়া আৰক্ষীয়ে ৷

Exit mobile version