Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

gogoi

Rangia Congress:

শনিবাৰে ৰঙিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আগমনৰ বাবে তেওঁক আদৰিবলৈ সাজু হৈছে কংগ্ৰেছ কৰ্মীসকল।

আদৰণিৰ বাবে ঠায়ে ঠায়ে লগাইছিল বেনাৰ হৰ্ডিং। কিন্তু ৰঙিয়া ভ্ৰমণৰ প্ৰাক ক্ষণত কোনো দুষ্কৃতিকাৰিয়ে বেনাৰ -পষ্টাৰ ফালিলে গৌৰৱ গগৈৰ। ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ সমূহ পথত পৰি ৰয় ।

কোনে কি কাৰণত এনেদৰে গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱা হ’ল তাকে লৈ যথেষ্ট চৰ্চা লাভ কৰিছে সচেতন মহলত।

Exit mobile version