Dhubri:ধুবুৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত চিচিটিভি লগোৱাৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

dhubri

Dhubri:

ধুবুৰীত শেহতীয়া সংঘটিত কেতবোৰ ঘটনাক লৈ কঠোৰস্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ জিলা আয়ুক্তই শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশনা অনুসৰি দহদিনৰ ভিতৰত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানত চিচিটিভি লগোৱাটো বাধ্যতামূলক ৷

একেদৰে নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে যে সংস্থাপিত চিচিটিভি ৰেকৰ্ড এমাহলৈ মজুত ৰাখিব লাগিব ৷ আনহাতে ধুবুৰীৰ এপাৰ্টমেণ্ট সমূহতো চিচিটিভি লগোৱাৰ নিৰ্দেশনা জিলা আয়ুক্তৰ

Exit mobile version